ছূৰা 4 · জুজ 5
An-Nisa · 4:41
فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ وَجِئْنَا بِكَ عَلَىٰ هَٰؤُلَاءِ شَهِيدًا
এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী উপস্থিত কৰিম আৰু তোমাক সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া কি অৱস্থা হ’ব?
তাফছীৰ
এতেকে সেই সময়ত কি অৱস্থা হব, যেতিয়া আমি ক্বিয়মাতৰ দিনা প্ৰত্যেক সম্প্ৰদায়ৰ নবীক সিহঁতৰ কৰ্মৰ সাক্ষী হিচাপে উপস্থিত কৰিম, আৰু হে নবী! আমি আপোনাক আপোনাৰ উম্মতৰ বিপক্ষে সাক্ষী হিচাপে উপস্থিত কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক