ছূৰা 4 · জুজ 6
An-Nisa · 4:168
إِنَّ الَّذِينَ كَفَرُوا وَظَلَمُوا لَمْ يَكُنِ اللَّهُ لِيَغْفِرَ لَهُمْ وَلَا لِيَهْدِيَهُمْ طَرِيقًا
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু যুলুম কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথও নেদেখাব।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আৰু এই কুফৰৰ ওপৰত অটল থাকি নিজৰ ওপৰত অন্যায় কৰিছে, এতেকে সিহঁতে অটল থকা এই কুফৰক আল্লাহে কেতিয়াও ক্ষমা নকৰিব, লগতে সিহঁতক এনেকুৱা কোনো পথো নেদেখুৱাব যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক