ছূৰা 4 · জুজ 6
An-Nisa · 4:167
إِنَّ الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ قَدْ ضَلُّوا ضَلَالًا بَعِيدًا
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে সিহঁত অৱশ্যে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।
তাফছীৰ
যিসকলে আপোনাৰ নবুওৱতক অস্বীকাৰ কৰিছে আৰু মানুহক ইছলামৰ পৰা বিৰত ৰাখিছে, সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক