ছূৰা 4 · জুজ 6
An-Nisa · 4:169
إِلَّا طَرِيقَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا ۚ وَكَانَ ذَٰلِكَ عَلَى اللَّهِ يَسِيرًا
কিন্তু জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
তাফছীৰ
বৰং আল্লাহে সিহঁতক এনেকুৱা পথ দেখুৱাব, যি পথে সিহঁতক জাহান্নামত লৈ যাব আৰু তাত সিহঁত চিৰস্থায়ী হব। এই কাম আল্লাহৰ বাবে অতি সহজ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক