ছূৰা 4 · জুজ 5
An-Nisa · 4:144
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا الْكَافِرِينَ أَوْلِيَاءَ مِنْ دُونِ الْمُؤْمِنِينَ ۚ أَتُرِيدُونَ أَنْ تَجْعَلُوا لِلَّهِ عَلَيْكُمْ سُلْطَانًا مُبِينًا
হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! মুমিনসকলক এৰি কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু বনাই নলবা। তোমালোকে এই কৰ্মৰ দ্বাৰা আল্লাহক, তোমালোকৰ শাস্তিৰ হকদাৰ হোৱাৰ প্ৰমাণ দিব বিচৰা নেকি?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক