ছূৰা 4 · জুজ 5

An-Nisa · 4:139

الَّذِينَ يَتَّخِذُونَ الْكَافِرِينَ أَوْلِيَاءَ مِنْ دُونِ الْمُؤْمِنِينَ ۚ أَيَبْتَغُونَ عِنْدَهُمُ الْعِزَّةَ فَإِنَّ الْعِزَّةَ لِلَّهِ جَمِيعًا

মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।

তাফছীৰ

সিহঁত এই শাস্তিৰ অধিকাৰী এই কাৰণেই যে, সিহঁতে মুমিনসকলক এৰি কাফিৰসকলক সহায়ক আৰু সঙ্গী কৰি লৈছে। সিহঁতৰ এই বন্ধুত্ব বৰ আশ্চৰ্যজনক। সিহঁতে কাফিৰসকলৰ পৰা শক্তি আৰু বল প্ৰাপ্ত হৈ নিজৰ মৰ্যদা বৃদ্ধি কৰিব বিচাৰে নেকি? যদি এইটোৱে সিহঁতৰ মনোভাৱ তেন্তে সিহঁতে মনত ৰখা উচিত যে, সকলো ধৰণৰ শক্তি আৰু বলৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক