ছূৰা 4 · জুজ 5

An-Nisa · 4:138

بَشِّرِ الْمُنَافِقِينَ بِأَنَّ لَهُمْ عَذَابًا أَلِيمًا

মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।

তাফছীৰ

হে ৰাছুল! মুনাফিকসকলক জনাই দিয়ক, যিসকলে প্ৰকাশ্যভাৱে ঈমান্দাৰৰ ভাও ধৰে কিন্তু অন্তৰত কুফৰ গোপন ৰাখে, সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক