ছূৰা 4 · জুজ 5

An-Nisa · 4:121

أُولَٰئِكَ مَأْوَاهُمْ جَهَنَّمُ وَلَا يَجِدُونَ عَنْهَا مَحِيصًا

ইহঁতৰেই আশ্ৰয়স্থল জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।

তাফছীৰ

চয়তানৰ পথত পৰিচালিত ব্যক্তি আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰা ব্যক্তিৰ ঠিকনা হৈছে জাহান্নাম, তাৰ পৰা পলায়ন কৰি আশ্ৰয় লোৱাৰ কোনো ঠাই বিচাৰি নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক