ছূৰা 4 · জুজ 5
An-Nisa · 4:120
يَعِدُهُمْ وَيُمَنِّيهِمْ ۖ وَمَا يَعِدُهُمُ الشَّيْطَانُ إِلَّا غُرُورًا
সি সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, আৰু চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিয়েই দিয়ে।
তাফছীৰ
চয়তানে সিহঁতক মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু অসত্যৰ আশা দিয়ে। অথচ তাৰ প্ৰতিশ্ৰুতি বাতিল আৰু বাস্তৱিকতাৰ পৰা বহু দূৰৈত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক