ছূৰা 4 · জুজ 5

An-Nisa · 4:118

لَعَنَهُ اللَّهُ ۘ وَقَالَ لَأَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِيبًا مَفْرُوضًا

আল্লাহে তাক অভিসম্পাত কৰিছে আৰু সি কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।

তাফছীৰ

এই কাৰণেই আল্লাহে তাক তেওঁৰ ৰহমতৰ পৰা বহিষ্কাৰ কৰিছে, আৰু এই চয়তানেই শপত খাই আল্লাহ তাআলাক কৈছিলঃ মই তোমাৰ বান্দাসকলৰ এটা ভাগক নিজৰ কৰি লৈ সত্যৰ পৰা নিশ্চয় আঁতৰ কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক