ছূৰা 4 · জুজ 5

An-Nisa · 4:112

وَمَنْ يَكْسِبْ خَطِيئَةً أَوْ إِثْمًا ثُمَّ يَرْمِ بِهِ بَرِيئًا فَقَدِ احْتَمَلَ بُهْتَانًا وَإِثْمًا مُبِينًا

আৰু যি ব্যক্তি কোনো অপৰাধ বা পাপ কাম কৰিলে তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত আৰোপ কৰিলে তেন্তে সি মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজা বহন কৰিলে।

তাফছীৰ

যিয়ে অজানিতে কোনো গুনাহ কৰে অথবা জানি বুজি কোনো গুনাহ কৰে আৰু তাৰ পিছত কোনো নিৰ্দোষী ব্যক্তিৰ ওপৰত তাৰ দোষ চপাই দিয়ে, সি এই নিকৃষ্ট কৰ্মৰ জৰিয়তে স্পষ্ট মিছা আৰু প্ৰকাশ্য গুনাহৰ বোজা নিজৰ ওপৰত বহন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক