ছূৰা 39 · জুজ 24

Az-Zumar · 39:35

لِيُكَفِّرَ اللَّهُ عَنْهُمْ أَسْوَأَ الَّذِي عَمِلُوا وَيَجْزِيَهُمْ أَجْرَهُمْ بِأَحْسَنِ الَّذِي كَانُوا يَعْمَلُونَ

যাতে তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেয়া ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰষ্কৃত কৰে।

তাফছীৰ

যাতে আল্লাহে তেওঁলোকৰ সেই সকলো পাপকৰ্ম ক্ষমা কৰি দিয়ে, যিবোৰ তেওঁলোকৰ দ্বাৰা পৃথিৱীত সংঘটিত হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিছিল। লগতে আল্লাহে তেওঁলোকক যাতে উত্তম প্ৰতিদান দিয়ে সেইসমূহ নেক কৰ্মৰ বিনিময়ত যিবোৰ তেওঁলোকে কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক