ছূৰা 39 · জুজ 24
Az-Zumar · 39:34
لَهُمْ مَا يَشَاءُونَ عِنْدَ رَبِّهِمْ ۚ ذَٰلِكَ جَزَاءُ الْمُحْسِنِينَ
তেওঁলোকৰ বাবে নিজ প্ৰতিপালকৰ ওচৰত সেইটোৱেই আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ।
তাফছীৰ
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পূণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক