ছূৰা 34 · জুজ 22

Saba · 34:44

وَمَا آتَيْنَاهُمْ مِنْ كُتُبٍ يَدْرُسُونَهَا ۖ وَمَا أَرْسَلْنَا إِلَيْهِمْ قَبْلَكَ مِنْ نَذِيرٍ

আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলো যিটো সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো।

তাফছীৰ

আমি সিহঁতক এনেকুৱা কোনো গ্ৰন্থ দিয়া নাই যি গ্ৰন্থত লিখা আছে যে, মুহাম্মদে এইখন নিজে লিখি মিছা প্ৰচাৰ কৰি আছে। হে ৰাছুল! আমি আপোনাৰ পূৰ্বে সিহঁতৰ ওচৰলৈ কোনো ৰাছুলো প্ৰেৰণ কৰা নাছিলোঁ, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক