ছূৰা 34 · জুজ 22
Saba · 34:29
وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব’?
তাফছীৰ
মুশ্বৰিকসকলক যিটো শাস্তিৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁতে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন সেই শাস্তিৰ প্ৰতিশ্ৰুতিটো কেতিয়া বাস্তৱায়ন হ’ব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক