ছূৰা 33 · জুজ 22

Al-Ahzab · 33:68

رَبَّنَا آتِهِمْ ضِعْفَيْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِيرًا

‘হে আমাৰ ৰব! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া আৰু সিহঁতক মহা অভিসম্পাত দিয়া’।

তাফছীৰ

হে আমাৰ প্ৰতিপালক! যিসকলে আমাক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিছে সেই প্ৰমুখসকলক তথা নেতাসকলক তুমি দ্বিগুণ শাস্তি দিয়া, যিদৰে তুমি আমাক শাস্তি বিহিছা। কিয়নো সিহঁতেই আমাক বিভ্ৰান্ত কৰিছে। লগতে সিহঁতক তোমাৰ ৰহমতৰ পৰা বহু দূৰলৈ আঁতৰাই দিয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক