ছূৰা 33 · জুজ 22

Al-Ahzab · 33:64

إِنَّ اللَّهَ لَعَنَ الْكَافِرِينَ وَأَعَدَّ لَهُمْ سَعِيرًا

নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছে জ্বলন্ত জুই;

তাফছীৰ

নিশ্চিতভাৱে আল্লাহে কাফিৰসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখিছে, আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত অগ্নিকুণ্ড। যিটো সিহঁতৰ অপেক্ষাত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক