ছূৰা 33 · জুজ 22
Al-Ahzab · 33:65
خَالِدِينَ فِيهَا أَبَدًا ۖ لَا يَجِدُونَ وَلِيًّا وَلَا نَصِيرًا
তাত সিহঁত চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱক নাপাব আৰু কোনো সহায়কাৰীও নাপাব।
তাফছীৰ
সিহঁতৰ বাবে প্ৰস্তুত কৰা সেই জুইশালত সিহঁত চিৰকাল অৱস্থান কৰিব। তাত সিহঁতৰ কোনো অভিভাৱক নাথাকিব, যিয়ে সিহঁতক উপকাৰ কৰিব পাৰিব; আৰু কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক