ছূৰা 30 · জুজ 21
Ar-Rum · 30:59
كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ قُلُوبِ الَّذِينَ لَا يَعْلَمُونَ
এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সিহঁতৰ অন্তৰত যিসকলে নাজানে।
তাফছীৰ
যিদৰে এইসকল লোকৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে, যিসকলে আপুনি লৈ অহা আয়াতক বিশ্বাস নকৰে, ঠিক সেইদৰে আল্লাহে সেইসকল লোকৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিসকলে এই কথা নাজানে যে, আপুনি সিহঁতৰ ওচৰত যি লৈ আহিছে সেইবোৰ হৈছে সত্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক