ছূৰা 30 · জুজ 21
Ar-Rum · 30:57
فَيَوْمَئِذٍ لَا يَنْفَعُ الَّذِينَ ظَلَمُوا مَعْذِرَتُهُمْ وَلَا هُمْ يُسْتَعْتَبُونَ
এতেকে যিসকলে যুলুম কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।
তাফছীৰ
যিদিনা আল্লাহে সৃষ্টিবোৰক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰ্জীৱিত কৰিব, সেইদিনা যালিমসকলৰ কোনো অজুহাত কামত নাহিব। আনকি তাওবা কৰি আল্লাহৰ ওচৰত সিহঁতক উভতি অহাৰো সুযোগ দিয়া নহ’ব। কাৰণ এই সুযোগ সিহঁতে পূৰ্বেই হেৰুৱাইছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক