ছূৰা 30 · জুজ 21

Ar-Rum · 30:55

وَيَوْمَ تَقُومُ السَّاعَةُ يُقْسِمُ الْمُجْرِمُونَ مَا لَبِثُوا غَيْرَ سَاعَةٍ ۚ كَذَٰلِكَ كَانُوا يُؤْفَكُونَ

আৰু যিদিনা কিয়ামত সংঘটিত হব সেইদিনা অপৰাধী বিলাকে শপত খাই কব যে, সিহঁতে এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।

তাফছীৰ

যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাকে শপত খাই ক’ব যে, আমি কবৰত কেৱল কিছু সময়হে অৱস্থান কৰিছিলোঁ। যিদৰে সিহঁতক কবৰত অৱস্থান কৰা সময় সম্পৰ্কীয় তথ্যৰ পৰা আঁতৰাই ৰখা হৈছে, ঠিক সেইদৰে পৃথিৱীতো সিহঁতে সত্যৰ পৰা আঁতৰি ফুৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক