ছূৰা 30 · জুজ 21
Ar-Rum · 30:49
وَإِنْ كَانُوا مِنْ قَبْلِ أَنْ يُنَزَّلَ عَلَيْهِمْ مِنْ قَبْلِهِ لَمُبْلِسِينَ
যদিও ইতিপূৰ্বে সিহঁতৰ প্ৰতি বৰষুণ অহাৰ আগত সিহঁত আছিল একান্ত নিৰাশ।
তাফছীৰ
এই কথা নিশ্চিত যে, আল্লাহে সিহঁতৰ ওপৰত বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে, সিহঁত বৰষুণৰ পৰা নিৰাশ হৈ পৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক