ছূৰা 30 · জুজ 21
Ar-Rum · 30:17
فَسُبْحَانَ اللَّهِ حِينَ تُمْسُونَ وَحِينَ تُصْبِحُونَ
এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পোৱা সজাগ হোৱা,
তাফছীৰ
এতেকে তোমালোকে সন্ধীয়াপৰত নিয়মীয়াকৈ আল্লাহৰ পৱিত্ৰতা ঘোষণা কৰা। অৰ্থাৎ মাগৰিব আৰু ঈশ্বাৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতাৰ গুণগান কৰা প্ৰভাতৰ সময়ত, অৰ্থাৎ ফজৰৰ চালাতৰ সময়ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক