ছূৰা 30 · জুজ 21
Ar-Rum · 30:18
وَلَهُ الْحَمْدُ فِي السَّمَاوَاتِ وَالْأَرْضِ وَعَشِيًّا وَحِينَ تُظْهِرُونَ
আবেলি আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।
তাফছীৰ
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ পৱিত্ৰ আল্লাহৰ বাবে, আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰে ফিৰিস্তাসকলে। আৰু পৃথিৱীত তেওঁৰ প্ৰশংসা কৰে বিভিন্ন সৃষ্টিসমূহে। গতিকে তোমালোকে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰা দিনৰ তৃতীয়াংশত, অৰ্থাৎ আচৰৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতা বৰ্ণনা কৰা জোহৰৰ সময়ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক