ছূৰা 30 · জুজ 21

Ar-Rum · 30:16

وَأَمَّا الَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا وَلِقَاءِ الْآخِرَةِ فَأُولَٰئِكَ فِي الْعَذَابِ مُحْضَرُونَ

আৰু যিসকলে কুফৰী কৰিছে লগতে আমাৰ আয়াতসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, পৰিণামত সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।

তাফছীৰ

আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে আৰু আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছে, লগতে আখিৰাতৰ জীৱন আৰু হিচাপ-নিকাচক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তিৰ বাবে উপস্থিত কৰা হ’ব আৰু সিহঁত সদায় শাস্তিয়ে উপভোগ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক