ছূৰা 30 · জুজ 21

Ar-Rum · 30:15

فَأَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَهُمْ فِي رَوْضَةٍ يُحْبَرُونَ

এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সূখ-শান্তিত থাকিব;

তাফছীৰ

এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু এনেকুৱা সৎকৰ্ম কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়; তেওঁলোকে জান্নাতৰ এনেকুৱা নিয়ামতৰ মাজত অৱস্থান কৰিব, যিবোৰ নিয়ামত কেতিয়াও সমাপ্ত নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক