ছূৰা 3 · জুজ 3
Ali 'Imran · 3:89
إِلَّا الَّذِينَ تَابُوا مِنْ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
কিন্তু যিসকলে কুফুৰী আৰু অন্যায় কৰাৰ পিছত আকৌ আল্লাহৰ পিনে উভতি আহিছে আৰু নিজৰ কৰ্মৰ সংশোধন কৰিছে, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, পৰম দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক