ছূৰা 3 · জুজ 3

Ali 'Imran · 3:88

خَالِدِينَ فِيهَا لَا يُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ يُنْظَرُونَ

সিহঁতে তাত স্থায়ী হ’ব, সিহঁতৰ শাস্তি শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব;

তাফছীৰ

সিহঁত জাহান্নামত চিৰস্থায়ী হব আৰু তাৰ পৰা ওলাব নোৱাৰিব। সিহঁতৰ শাস্তিও লাঘৱ কৰা নহ'ব আৰু সিহঁতক তাওবা তথা ক্ষমা প্ৰাৰ্থনাৰো সুযোগ দিয়া নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক