ছূৰা 3 · জুজ 3

Ali 'Imran · 3:87

أُولَٰئِكَ جَزَاؤُهُمْ أَنَّ عَلَيْهِمْ لَعْنَةَ اللَّهِ وَالْمَلَائِكَةِ وَالنَّاسِ أَجْمَعِينَ

ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিসম্পাত।

তাফছীৰ

নিশ্চয় এনেকুৱা ভ্ৰষ্টতা অৱলম্বনকাৰী যালিমসকলৰ প্ৰতিদান এইটোৱেই যে, সিহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ আৰু গোটেই মানৱ জাতিৰ অভিসম্পাত। এতেকে সিহঁত আল্লাহৰ দয়াৰ পৰা আঁতৰ হ'ব আৰু বঞ্চিত হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক