ছূৰা 3 · জুজ 3
Ali 'Imran · 3:82
فَمَنْ تَوَلَّىٰ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
এতেকে ইয়াৰ পিছত যিসকলে উভতি যাব সিহঁতেই ফাছিক।
তাফছীৰ
এতেকে যিসকলে এই অঙ্গীকাৰৰ পৰা মুখ ঘূৰাই লৈছে, যিটোক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সাক্ষীৰ জৰীয়তে মজবুত কৰা হৈছিল; সিহঁতেই আল্লাহৰ দ্বীন আৰু তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক