ছূৰা 3 · জুজ 3

Ali 'Imran · 3:46

وَيُكَلِّمُ النَّاسَ فِي الْمَهْدِ وَكَهْلًا وَمِنَ الصَّالِحِينَ

তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যবানসকলৰ অন্তৰ্ভূক্ত হ’ব।

তাফছীৰ

তেওঁ কথা কোৱাৰ বয়সত উপনীত হোৱাৰ পূৰ্বেই কোলাত থকা অৱস্থাতে মানুহৰ লগত কথা কব আৰু সেই সময়তো কথা ক'ব যেতিয়া তেওঁ ডাঙৰ হৈ শক্তিশালী আৰু পুৰুষত পৰিণত হব। তেওঁ মানুহক এনেকুৱা কথাৰ উপদেশ দিব যিটো সিহঁতৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ হব লগতে তেওঁ নিজ কথা আৰু কৰ্মত সত্যবাদী হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক