ছূৰা 3 · জুজ 3
Ali 'Imran · 3:43
يَا مَرْيَمُ اقْنُتِي لِرَبِّكِ وَاسْجُدِي وَارْكَعِي مَعَ الرَّاكِعِينَ
‘হে মাৰইয়াম! আপোনাৰ প্ৰতিপালকৰ অনুগত হওঁক আৰু ছাজদা কৰক আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰক’।
তাফছীৰ
হে মাৰইয়াম! ছালাতৰ ক্বিয়াম (থিয় হৈ থকা অৱস্থা) দীৰ্ঘ কৰা, নিজ প্ৰতিপালকক ছাজদাহ কৰা আৰু তেওঁ ৰুকুকাৰী নেক বান্দাসকলৰ লগত ৰুকু কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক