ছূৰা 3 · জুজ 4

Ali 'Imran · 3:192

رَبَّنَا إِنَّكَ مَنْ تُدْخِلِ النَّارَ فَقَدْ أَخْزَيْتَهُ ۖ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ

হে আমাৰ ৰব! ‘নিশ্চয় তুমি যাক জুইত নিক্ষেপ কৰিবা, অৱশ্যে তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

তাফছীৰ

হে আমাৰ প্ৰতিপালক! তুমি যাক জাহান্নামত নিক্ষেপ কৰা, নিশ্চয় তুমি তাক অপমানিত কৰা। কিয়ামতৰ দিনা অন্যায়কাৰী সকলৰ বাবে কোনো সহায়ক নহ'ব, যিয়ে সিহঁতক আল্লাহৰ আজাব আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক