ছূৰা 3 · জুজ 4

Ali 'Imran · 3:177

إِنَّ الَّذِينَ اشْتَرَوُا الْكُفْرَ بِالْإِيمَانِ لَنْ يَضُرُّوا اللَّهَ شَيْئًا وَلَهُمْ عَذَابٌ أَلِيمٌ

নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু সিহঁতৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে।

তাফছীৰ

নিশ্চয় যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰ ক্ৰয় কৰিছে, সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই নিজৰ ক্ষতি সাধন কৰিছে। আৰু আখিৰাতত আছে সিহঁতৰ বাবে কষ্টদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক