ছূৰা 3 · জুজ 4
Ali 'Imran · 3:139
وَلَا تَهِنُوا وَلَا تَحْزَنُوا وَأَنْتُمُ الْأَعْلَوْنَ إِنْ كُنْتُمْ مُؤْمِنِينَ
তোমালোকে দুৰ্বল নহবা আৰু চিন্তিতও নহবা; তোমালোকেই বিজয়ী যদি তোমালোকে মুমিন হোৱা।
তাফছীৰ
হে মুমিনসকল! তোমালোকে দুৰ্বল নহবা আৰু উহুদৰ ময়দানত পোৱা কষ্টৰ প্ৰতি দুখ নকৰিবা। এয়া তোমালোকৰ বাবে উচিতো নহয়। তোমালোকেই সৰ্বোচ্চ কিয়নো তোমালোক মুমিন। আল্লাহৰ সহায় আৰু তেওঁৰ সহযোগিতা কামনা কৰাৰ কাৰণে তোমালোকেই সৰ্বোচ্চ। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ মুত্তাক্বী বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতিক বিশ্বাস কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক