ছূৰা 3 · জুজ 4

Ali 'Imran · 3:138

هَٰذَا بَيَانٌ لِلنَّاسِ وَهُدًى وَمَوْعِظَةٌ لِلْمُتَّقِينَ

এইবোৰ, মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।

তাফছীৰ

এই কোৰআনে সত্য বৰ্ণনা কৰে তথা গোটেই মানৱ জাতিক অসত্যৰ পৰা সতৰ্ক কৰে। লগতে ই হিদায়তৰ পথপ্ৰদৰ্শক তথা মুত্তাক্বীসকলৰ বাবে সতৰ্কবাণী। কাৰণ এওঁলোকেই ইয়াৰ পথপ্ৰদৰ্শন আৰু হিদায়তৰ পৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক