ছূৰা 3 · জুজ 4

Ali 'Imran · 3:115

وَمَا يَفْعَلُوا مِنْ خَيْرٍ فَلَنْ يُكْفَرُوهُ ۗ وَاللَّهُ عَلِيمٌ بِالْمُتَّقِينَ

সিহঁতে যি ভাল কাম কৰে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

তাফছীৰ

তেওঁলোকে কম বেছি যি সত্কৰ্মই কৰিব, তেওঁলোকৰ কোনো পূণ্য অথলে নাযাব আৰু হ্ৰাসো কৰা নহ’ব। আল্লাহে অতি ভালকৈ জানে সেইসকল মুত্তাক্বী ব্যক্তিক যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। তেওঁলোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। আৰু অনতিপলমে তেওঁ তেওঁলোকৰ কৰ্মৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক