ছূৰা 3 · জুজ 4

Ali 'Imran · 3:100

يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تُطِيعُوا فَرِيقًا مِنَ الَّذِينَ أُوتُوا الْكِتَابَ يَرُدُّوكُمْ بَعْدَ إِيمَانِكُمْ كَافِرِينَ

হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত উভতাই লৈ এৰিব।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে কিতাপধাৰী ইয়াহূদী আৰু খৃষ্টানসকলৰ কোনো দলৰ কথা মানি লোৱা আৰু সিহঁতৰ মন্তব্য স্বীকাৰ কৰা তেন্তে সিহঁতৰ অন্তৰত থকা ঈৰ্ষা আৰু ভ্ৰষ্টতাৰ কাৰণে সিহঁতে তোমালোকক ঈমানৰ পিছত আকৌ কুফুৰীলৈ উভতাই নিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক