ছূৰা 24 · জুজ 18
An-Nur · 24:56
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا الرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।
তাফছীৰ
পৰিপূৰ্ণভাৱে চালাত আদায় কৰা, নিজৰ সম্পত্তিৰ যাকাত প্ৰদান কৰা। লগতে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকি, তেওঁৰ আনুগত্য কৰা। যাতে তোমালোকে আল্লাহৰ ৰহমত লাভ কৰিব পাৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক