ছূৰা 24 · জুজ 18

An-Nur · 24:57

لَا تَحْسَبَنَّ الَّذِينَ كَفَرُوا مُعْجِزِينَ فِي الْأَرْضِ ۚ وَمَأْوَاهُمُ النَّارُ ۖ وَلَبِئْسَ الْمَصِيرُ

যিসকলে কুফৰী কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে, সিহঁতে পৃথিৱীত অপাৰগকাৰী। সিহঁতৰ আশ্ৰয়স্থল হৈছে অগ্নি; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তনস্থল!

তাফছীৰ

হে ৰাছুল! যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আপুনি এইটো নাভাৱিব যে, সিহঁতে মোৰ শাস্তিৰ পৰা পলায়ন কৰিব পাৰিব, যেতিয়া আমি সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম। কিয়ামতৰ দিনা সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। সেইসকল লোকৰ ঠিকনা কিমান যে নিকৃষ্ট, যিসকলে জাহান্নামত অৱস্থান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক