ছূৰা 24 · জুজ 18

An-Nur · 24:24

يَوْمَ تَشْهَدُ عَلَيْهِمْ أَلْسِنَتُهُمْ وَأَيْدِيهِمْ وَأَرْجُلُهُمْ بِمَا كَانُوا يَعْمَلُونَ

যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই জিভা, হাত আৰু সিহঁতৰ ভৰিয়ে--

তাফছীৰ

এই শাস্তি কিয়ামতৰ দিনা সিহঁতক দিয়া হ'ব, যিদিনা সিহঁতৰ জিভাই সিহঁতৰ বাতিল মন্তব্যৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তথা সিহঁতৰ হাত আৰু ভৰি সিহঁতৰ সেইসমূহ কৰ্মৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব যিবোৰ সিহঁতে কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক