ছূৰা 2 · জুজ 1

Al-Baqarah · 2:56

ثُمَّ بَعَثْنَاكُمْ مِنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُونَ

তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে কৃতজ্ঞ হোৱা।

তাফছীৰ

তাৰ পিছত আমি তোমালোকৰ মৃত্যু পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে এই উপকাৰৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক