ছূৰা 2 · জুজ 2

Al-Baqarah · 2:241

وَلِلْمُطَلَّقَاتِ مَتَاعٌ بِالْمَعْرُوفِ ۖ حَقًّا عَلَى الْمُتَّقِينَ

আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলৰ প্ৰথা মুতাবিক ভৰণ-পোষণ কৰা মুত্তাক্বীসকলৰ কৰ্তব্য।

তাফছীৰ

তালাকপ্ৰাপ্তা নাৰীসকলক স্বামীৰ আৰ্থিক স্থিতি অনুসাৰে ধন অথবা বস্ত্ৰ আদিৰ দৰে কিছুমান সামগ্ৰী দি দিব লাগে, যাতে তালাকৰ ফলত হোৱা মনৰ কষ্ট অলপ লাঘৱ হয়। এই আদেশ আল্লাহক ভয় কৰা সকলৰ বাবে অনিবাৰ্য, যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক