ছূৰা 2 · জুজ 2

Al-Baqarah · 2:242

كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَعْقِلُونَ

এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।

তাফছীৰ

হে মুমিনসকল! উক্ত বিৱৰণৰ দৰেই আল্লাহে তোমালোকৰ বাবে তেওঁৰ বিধান আৰু সীমাৰেখাৰ বৰ্ণনা দিয়ে। যাতে তোমালোকে বুজি পোৱা আৰু আমল কৰা লগতে পৰিণামস্বৰূপে পৃথিৱী আৰু আখিৰাতত কল্যাণ প্ৰাপ্ত হোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক

Al-Baqarah 2:242 · Tlawati