ছূৰা 2 · জুজ 1

Al-Baqarah · 2:24

فَإِنْ لَمْ تَفْعَلُوا وَلَنْ تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ ۖ أُعِدَّتْ لِلْكَافِرِينَ

এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।

তাফছীৰ

যদি তোমালোকে এনেকুৱা কৰিব নোৱাৰা, আৰু তোমালোকে এনেকুৱা কেতিয়াও কৰিবই নোৱাৰিবা, তেতিয়াহলে সেই অগ্নিক ভয় কৰা, যি অগ্নিয়ে শাস্তি প্ৰাপ্ত লোকক দাহ কৰিব। আৰু সেই সমূহ শিলকো পোৰিব যিবোৰৰ পূজা-পাঠ কৰা হৈছিল। আল্লাহ তাআলাই সেই অগ্নি কাফিৰৰ বাবে সৃষ্টি কৰিছে প্ৰস্তুত কৰি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক