ছূৰা 2 · জুজ 2

Al-Baqarah · 2:238

حَافِظُوا عَلَى الصَّلَوَاتِ وَالصَّلَاةِ الْوُسْطَىٰ وَقُومُوا لِلَّهِ قَانِتِينَ

তোমালোকে ছালাতৰ প্ৰতি যত্নবান হোৱা, বিশেষকৈ মধ্যৱৰ্তী ছালাতৰ আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।

তাফছীৰ

ছালাতক আল্লাহৰ আদেশ অনুসাৰে পূৰ্ণৰূপে আদায় কৰা। লগতে মধ্যৱৰ্তী ছালাত অৰ্থাৎ আচৰৰ ছালাতৰ হিফাজত কৰা। আৰু ছালাতৰত অৱস্থাত আল্লাহৰ বাবে আনুগত্যকাৰী হৈ বিনয়পূৰ্বক থিয় হোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক