ছূৰা 2 · জুজ 2

Al-Baqarah · 2:207

وَمِنَ النَّاسِ مَنْ يَشْرِي نَفْسَهُ ابْتِغَاءَ مَرْضَاتِ اللَّهِ ۗ وَاللَّهُ رَءُوفٌ بِالْعِبَادِ

আৰু মানুহৰ মাজত এনে লোকো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰি কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।

তাফছীৰ

তথা মানুহৰ মাজত ঈমান্দাৰ মানুহো আছে। যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যত আৰু তেওঁৰ পথত জিহাদ কৰাৰ কাৰণে আৰু তেওঁৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাৰ প্ৰতি অসীম দয়াৱান আৰু সিহঁতৰ প্ৰতি পৰম কৰুণাময়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক