ছূৰা 2 · জুজ 2

Rabbana atina · Al-Baqarah 2:201

وَمِنْهُمْ مَنْ يَقُولُ رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ

আৰু সিহঁতৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

তাফছীৰ

কিন্তু মানুহৰ এটা দলে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনেকুৱা ব্যক্তিয়ে নিজ প্ৰতিপালকৰ পৰা পাৰ্থিৱ জীৱনৰ নিয়ামতৰ লগতে নেক আমল কৰাৰ তাওফীক প্ৰাৰ্থনা কৰে। তথা জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি প্ৰাৰ্থনা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক