ছূৰা 2 · জুজ 2

Al-Baqarah · 2:202

أُولَٰئِكَ لَهُمْ نَصِيبٌ مِمَّا كَسَبُوا ۚ وَاللَّهُ سَرِيعُ الْحِسَابِ

এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।

তাফছীৰ

এওঁলোকেই হৈছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণকামী লোক। এওঁলোকৰ বাবে পাৰ্থিৱ জীৱনত কৰা নেক আমলৰ ফলস্বৰূপে আছে বৰ ডাঙৰ ছোৱাব। আৰু আল্লাহ আমলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক