ছূৰা 2 · জুজ 2
Al-Baqarah · 2:175
أُولَٰئِكَ الَّذِينَ اشْتَرَوُا الضَّلَالَةَ بِالْهُدَىٰ وَالْعَذَابَ بِالْمَغْفِرَةِ ۚ فَمَا أَصْبَرَهُمْ عَلَى النَّارِ
সিহঁতেই হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা আৰু মাগফিৰাতৰ পৰিবৰ্তে শাস্তি কিনি লৈছে; এতেকে জুই সহ্য কৰিবলৈ সিহঁত কিমান যে ধৈৰ্যশীল!
তাফছীৰ
এইসকল লোকেই মানুহৰ আৱশ্যকীয় জ্ঞান গোপন কৰে, যিসকলে হিদায়তৰ পৰিবৰ্তে পথভ্ৰষ্টতা আৰু আল্লাহৰ ক্ষমাৰ পৰিবৰ্তে শাস্তিক আঁকোৱালি লৈছে। জাহান্নামত লৈ যোৱা কাৰ্য কৰিবলৈ কিমান ধৈৰ্য ধাৰণ কৰি আছে! এনেকুৱা লাগে যেনিবা জাহা্ন্নামৰ শাস্তি সহ্য কৰিব পাৰিব কাৰণে সিহঁতৰ কোনো চিন্তা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক